কুসংস্কাৰ মানে কি?

কুসংস্কাৰ মানে কি , কুসংস্কাৰ বুলিলে কি বুজা, কুসংস্কাৰ কি

Q: কুসংস্কাৰ মানে কি?

Ans: যিবোৰ নীতি-নিয়ম, ব্যৱস্থা, পৰম্পৰা এখন সুস্থ সমাজৰ পৰিপন্থী, সমাজৰ অগ্ৰগতিত গতিৰোধক হৈ থিয় দিয়ে সেইবোৰেই কুসংস্কাৰ।

কুসংস্কাৰৰ স্পষ্ট অৰ্থ হ’ল বেয়া বা ক্ষতিকৰ সংস্কাৰ। আকৌ সংস্কাৰ কথাটোৰ মূলগত অৰ্থ সংশোধন জাতীয় কিবা এটা হ’লেও কিন্তু ইয়াত সংস্কাৰ বুলিলে কিছু বিশেষ ধৰণৰ বিশ্বাস আৰু আচৰণবিধিকেই বুজায়। কাৰোবাৰ মৃত্যুৰ পিছত গোষ্ঠীৰ জ্ঞাতি-কুটুমৰ মাজত যি মৃতাশৌচ পালিত হয় কিংবা কোনো নৱজাতকৰ জন্মৰ পিছত যি জন্মাশৌচ পালিত হয়, সেই অশৌচৰ নিৰ্দিষ্ট সময়ৰ পিছত জ্ঞাতি-কুটুমৰ সদস্যসকলে দাড়ি-চুলি, নখ আদি কটোৱাৰ নিচিনা ক্ৰিয়াকৰ্ম সম্পাদন কৰে, যাক সংস্কাৰ কৰ্ম হিচাবেই অভিহিত কৰা হয়। এইক্ষেত্ৰত বিশ্বাস যে অশৌচৰ সময়ত সেই গোষ্ঠীৰ সকলো সদস্য অশুচি হৈ পৰিছিল। সংস্কাৰ-কৰ্মৰ সাহায্যত শৰীৰৰ পৰা সেই অশুচিজনিত ত্ৰুটিৰ সংশোধন কৰা হ’ল। এইদৰে কাৰোবাৰ জন্ম বা মৃত্যুৰ পিছত গোষ্ঠীৰ সকলোকে অশুচি বুলি ভবা কথাটো সম্পূৰ্ণ মিছা হ’লেও, সেয়া এক সংস্কাৰত পৰিণত হৈছে অৰ্থাৎ বিশ্বাসলৈ পৰিণত হৈছে।

সকলো সময়তেই যে সংস্কাৰ মিছা সেয়া হয়তো নহয়। কিন্তু সাধাৰণভাৱে প্ৰায় সকলোবোৰ সংস্কাৰেই যুক্তিহীন আৰু ভিত্তিহীন। সুদীৰ্ঘদিন সেয়া অনুসৰণ কৰাৰ ফলত অতি বেছি যদি হয় সিয়েই এক বদ্ধমূল বিশ্বাস বা অৱশ্য আচৰণীয় প্ৰক্ৰিয়া হিচাবে প্ৰতিষ্ঠিত হৈ পৰে। অশৌচৰ সংস্কাৰটি নিঃসন্দেহে মিছা, কাৰণ তাৰ লগত আত্মা সম্পৰ্কিত অলীক কল্পনা যিদৰে সাঙোৰ খাই আছে তেনেকৈ সাঙোৰ খাই আছে জ্ঞাতি বা গোষ্ঠীৰ কোনো পৰিয়ালত জন্ম বা মৃত্যু ঘটিলে সকলোকে অশুচি আৰু অশুদ্ধ বুলি জ্ঞান কৰাৰ ভিত্তিহীন ধাৰণাও। কিন্তু সমান্তৰালভাৱে বিষয়টোৰ মাজত জ্ঞাতি-গোষ্ঠীৰ সকলোকে ঐক্যবদ্ধ কৰি ৰখাৰ যি প্ৰক্ৰিয়া দেখা যায় সেয়া নিশ্চয় ইতিবাচক আৰু তাৰ বাস্তৱ উপযোগিতাও আছে। অৱশ্যে, এই ধৰণৰ সংস্কাৰৰ মাজত ক্ষতিকৰ দিশ কিমান আৰু উপকাৰী দিশ কিমান সেয়া বিচাৰ কৰা মস্কিল।

Home

7 Comments

  1. Мы эксперты специалистов по продвижению в интернете, специализирующихся на продвижении сайтов в поисковых системах.
    Наша команда постигли успехи в своей области и расширим ваш кругозор нашим опытом и знаниями.
    Что мы можем вам предложить:
    • [url=https://seo-prodvizhenie-ulyanovsk1.ru/]продвижение корпоративного сайта заказать[/url]
    • Исчерпывающая оценка вашего сайта и разработка индивидуальной стратегии продвижения.
    • Модернизация контента и технических аспектов вашего сайта для оптимальной работы.
    • Регулярный анализ результатов и мониторинг вашего онлайн-присутствия для его улучшения.
    Подробнее [url=https://seo-prodvizhenie-ulyanovsk1.ru/]https://seo-prodvizhenie-ulyanovsk1.ru/[/url]
    Результаты наших клиентов уже видны: увеличение трафика, улучшение позиций в поисковых системах и, конечно же, рост прибыли. Мы готовы предложить вам консультацию бесплатно, для того чтобы обсудить ваши потребности и разработать стратегию продвижения, соответствующую вашим целям и финансовым возможностям.
    Не упустите шанс улучшить свои показатели в онлайн-мире. Свяжитесь с нами прямо сейчас.

  2. http://rytof.ru/node/15474
    http://gv-tb.ru/index.php?option=com_easybookreloaded
    http://forum.kia-club.ru/viewtopic.php?f=372&t=103292
    https://maxiotzyv.ru/catalog/adiplomarussian
    http://wiki.gptel.ru/index.php?title=adiplomarussian

    Можно купить аттестат – это важный показатель вашего будущего. Воспользуйтесь нашем услугами, чтобы легко и без лишних усилий приобрести документ, необходимый для продолжения учебы или получения работы. Наши высококвалифицированные специалисты обеспечивают качество и конфиденциальность предоставляемых сервисов. Покупайте свидетельство об образовании у нас и открывайте свежие возможности для вашего образования и трудоустройства.

Leave a Reply

Your email address will not be published. Required fields are marked *